Custom Section Assamese Medium
Assamese Medium

আপুনি যদি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত পোন প্ৰথমবাৰৰ বাবে আহিছে তেন্তে আপোনাক Assamese Medium ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। অসমৰ একমাত্ৰ শিক্ষামূলক ৱেবচাইট যাৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী পঢ়াৰ সুযোগ লাভ কৰিছে।

আপোনাৰ জ্ঞতাৰ্থে জনাব বিচাৰিছোঁ যে Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষক শিক্ষয়ত্ৰী সকলে বিভিন্ন বিষয়ৰ লিখনিসমূহ যোগান ধৰি আছে। আপুনি বিচাৰিলে Our Teachers ত ক্লিক কৰি চাব পাৰে।

আমি ইয়াৰ জৰিয়তে ক্লাছ ৬ ৰ পৰা ক্লাছ ১২ লৈকে Assamese Medium ৰ সকলো সমাধান দিব পূৰ্ণ প্ৰয়াস কৰিছো। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ শিক্ষক শিক্ষয়ত্ৰীৰ জৰিয়তে Class 12 English Medium ৰ বাবেও (Class 12 Physics English Medium PDF Notes, Class 12 Chemistry English Medium PDF Notes, Class 12 Biology English Medium PDF Notes, আৰু Class 12 Mathematics English Medium PDF Notes) দিয়াৰ ব্যৱস্থা কৰা হৈ আছে। এই PDF Download কৰিবলৈ Special HS English Medium লিংকত ক্লিক কৰক।

ইয়াত কেৱলমাত্ৰ বিদ্যালয়ৰ জ্ঞান দিয়াই নহয়, ইয়াৰ লগতে বিভিন্ন ধৰণৰ General Knowledge, Assamese Essay আৰু দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বহু কথাই যোগান ধৰা হয়।

Assamese Medium কেৱল মাত্ৰ শিক্ষা প্ৰদান কৰাই নহয়, ইয়াত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে ১০০% চেষ্টা কৰা হয়।

error: লাজ নালাগে কপি কৰিব